আবেগ
♡
❧
✦
〰
♡
✧
❧
♡
আবেগ
✦ ❀ ✦
নীৰৱ ৰাতিৰ বুকুত
এজাক বৰষুণ নামে,
কোনো শব্দ নকৰি
মনত তোমাৰ নাম লিখে
বাট বিচাৰি বৈ যায়,
ৰখাব খুজিলেও
চকুৰ কোণত থমকি ৰয়
কথাৰে ক'ব নোৱাৰি,
মাত্ৰ নীৰৱতাই জানে
কিমান গভীৰ আছিল ভালপোৱা。
পাহৰি যায় কণ্ঠৰ সুৰ,
কিন্তু কিছু আবেগ
সময় পাৰ হৈও
মনত ৰৈ যায়—
এটা নীৰৱ দাগ হৈ।
এজাক বৰষুণ নামে,
কোনো শব্দ নকৰি
মনত তোমাৰ নাম লিখে
〰 ❧ 〰
আবেগবোৰ নদীৰ দৰে—বাট বিচাৰি বৈ যায়,
ৰখাব খুজিলেও
চকুৰ কোণত থমকি ৰয়
〰 ❧ 〰
কিছুমান অনুভৱকথাৰে ক'ব নোৱাৰি,
মাত্ৰ নীৰৱতাই জানে
কিমান গভীৰ আছিল ভালপোৱা。
〰 ❧ 〰
মানুহে পাহৰি যায় মুখ,পাহৰি যায় কণ্ঠৰ সুৰ,
কিন্তু কিছু আবেগ
সময় পাৰ হৈও
মনত ৰৈ যায়—
এটা নীৰৱ দাগ হৈ।
❧ ♥ ❧